Breaking News

প্ৰদ্যুম্ন কুমাৰ গগৈলৈ সাহিত্য অকাডেমীৰ যুৱ পুৰস্কাৰ।



প্ৰদ্যুম্ন কুমাৰ গগৈলৈ সাহিত্য অকাডেমীৰ যুৱ পুৰস্কাৰ। চকী আৰু অন্যান্য গল্প গ্ৰন্থৰ বাবে যুৱ সাহিত্যিকগৰাকীলৈ এই স্বীকৃতি। ঘোষণা কৰা হ’ল  সাহিত্য একাডেমী-২০২২ যুৱ বঁটা ঘোষণা। এই বৰ্ষৰ সাহিত্য একাডেমী-২০২২ যুৱ বঁটা প্রদ্যুন্ম কুমাৰ গগৈলৈ । অসমীয়া ভাষাত প্ৰদ্যুম্ন কুমাৰ গগৈলৈ এই বঁটা। ‘চকী আৰু অন্যান্য গল্প’ শীৰ্ষক গ্রন্থখনৰ বাবে তেওঁ লাভ কৰিছে এই সন্মান। ইফালে এইবৰ্ষৰ সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা দিগন্ত ওজালৈ । ‘ডাঙৰ মানুহৰ সাধু’ শীৰ্ষক গ্রন্থৰ বাবে এই ওজালৈ বঁটা।

No comments