Breaking News

উৰা বাতৰি বিয়পোৱাৰ বিৰুদ্ধে কঠোৰ হ'ব অসম আৰক্ষী।



ডিজিটেল সংবাদ, শিৱসাগৰঃ উৰা বাতৰি বিয়পোৱাৰ বিৰুদ্ধে কঠোৰ হ'ব অসম আৰক্ষী।সোপাধৰাৰ নামত উৰা বাতৰি বিয়পোৱাৰ ফলত গণহত্যাৰ ঘটনাৰ পুনৰাবৃত্তিৰ আশঙ্কা সৃষ্টি হৈছে ।শিৱসাগৰৰ নাজিৰা নাওশলীয়া গাঁৱত বিগত নিশা ভয়ংকৰ কাণ্ড ।সোপাধৰাৰ সন্দেহত এজনক প্ৰাণে মৰাৰ চেষ্টা কৰাৰ অভিযোগ ।ছচিয়েল মিডিয়া ফেচবুকত সোপাধৰাকলৈ বিয়পি পৰিছে নানা ধৰণৰ পোষ্ট সোপাধৰাৰ নামত বাট-পথত অনাই বনাই ঘূৰি ফুৰা মানসিক ৰোগীক মাৰধৰ কৰি সোপাধৰা সজোৱাৰ অপচেষ্টা একাংশ লোকৰ ।অপ্ৰমাণিত উৰা বাতৰি ফৰৱাৰ্ড অথবা শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকিবলৈ নাগৰিকক অনুৰোধ অসম আৰক্ষীৰ ।


No comments