Breaking News

নিশা দেৰগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

 


ডিজিটেল সংবাদ,গোলাঘাটঃ শনিবাৰে কাজিৰঙাৰ পৰা গৈ হঠাতে দেৰগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত নতুনকৈ নিৰ্মান কৰা অসম আৰক্ষীৰ সভাকক্ষ মুখ্যমন্ত্ৰী গৰাকীয়ে পৰিদৰ্শন কৰে। এই নৱনিৰ্মীত সভাকক্ষতেই অহা ৯ আৰু ১০ অক্টোবৰত অনুষ্ঠিত হ'ব আৰক্ষী অধীক্ষক সকলৰ বৈঠক। এই বৈঠক উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ।এই ভৱন পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী গৰাকী পুুনৰ নিশায়েই কাজিৰঙালৈ উভটি যায় ।

  

No comments