Breaking News

গোলাঘাট জিলাৰ গমাৰিগুৰীৰ আদৰ্শ গাঁৱত বিশেষ সম্বৰ্দ্ধণা অনুষ্ঠান

 

ডিজিটেল সংবাদ,গোলাঘাটঃ   গোলাঘাট জিলাৰ গমাৰিগুৰীৰ আদৰ্শ গাঁৱত বিশেষ সম্বৰ্দ্ধণা অনুষ্ঠান। আদৰ্শ গাঁৱৰ সুৰুযমুখী যুৱক  সংঘ আৰু লুইত গ্ৰাম্য সংগঠনৰ সৌজন্যত এই বিশেষ সম্বৰ্দ্ধণা। ২০২২ চনৰ হাইস্কুল শেক্ষান্ত পৰীক্ষাত উৰ্ত্তীন  হোৱা ১৬গৰাকীছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধণা।  প্ৰায়  আশী দশকৰ পৰা বিনাবেটনেৰে  সেৱা আগবঢ়াই   অহা ১ নং আদৰ্শ গাঁৱৰ অৱসৰ প্ৰাপ্ত গাঁওবুঢ়া মহেন্দ্ৰ বৰা আৰু ২নং আদৰ্শ গাঁৱৰ গাঁওবুঢ়াৰ টংকেশ্বৰ চেতীয়াক সম্বৰ্দ্ধণা। গাঁওখনৰ পৰা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় অধ‍্যয়নৰত প্ৰথম গৰাকী ছাত্ৰী সত‍্যনাজ‍্যোতি সোণোৱালক সম্বৰ্দ্ধণা। ১নং বৰজান গাঁৱৰ নিবাসী অসম বৈদিক বৈষ্ণৱ মহাসভাৰ  আধ‍্যাত্মিক বক্তৃতাৰ পণ্ডিত, সুবক্তা ৰজত কাকতিক সম্বৰ্দ্ধণা। যোৱা আগষ্ট মাহৰ ১৩/১৪ তাৰিখে হিমাচল প্ৰদেশৰ চিমলাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় কেৰাতে প্ৰতিযোগিতাত  স্বণ পদক বিজয়ী গমাৰিগুৰীৰ শোণিতপুৰ গাঁৱৰ নিবাসী জিন্টু গগৈক ও সম্বৰ্দ্ধণা জনাই।   

No comments