Breaking News

ধুবুৰী ৰাজীৱ ভৱনত সৃষ্টি হৈছে হূলস্হূলীয়া পৰিস্থিতিৰ

 


ডিজিটেল সংবাদ,গোলাঘাটঃ ধুবুৰী ৰাজীৱ ভৱনত সৃষ্টি হৈছে হূলস্হূলীয়া পৰিস্থিতিৰ । আজি ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত ধুবুৰী ৰাজীৱ ভৱনত অনুষ্ঠিত কৰা হৈছিল ভাৰত জোড়ো যাত্ৰা সম্পৰ্কে  বিশেষ সভা । সভাখনতে বিভিন্ন অভিযোগ লৈ কংগ্ৰেছৰ দলীয় কৰ্মীৰ মাজতে সৃষ্টি হয় তীব্ৰ বাকবিতণ্ডাৰ । সভাখনত ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি ছামচুল ইছলাম , ভাৰত জোড়ো যাত্ৰাৰ সমন্বয়ক ৰমেন বৰঠাকুৰ , লগতে দুগৰাকী ৰাজ্যিক কংগ্ৰেছ কমিটিৰ বিষয়া , ওৱাজেদ আলী চৌধুৰী , বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ প্ৰমূখ্যে কংগ্ৰেছৰ বহু জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ বিষয় ববীয়া উপস্থিত আছিল।

No comments