Breaking News

গনকপুখুৰীত বিশ্ব ফাৰ্মাচিষ্ট দিবস

 


ডিজিটেল সংবাদ, গোলাঘাটঃ গনকপুখুৰীত বিশ্ব ফাৰ্মাচিষ্ট দিবস।  আজি ২৫ চেপ্তেম্বৰ।বিশ্বকেফাৰ্মাচিষ্ট দিবস। গোলাঘাট জিলাৰ অন্তৰ্গত গনকপুখুৰী তিনিআলিৰ সঞ্জীবনী মেডিকেলত আজি স্থানীয় ৰাইজৰ সহযোগত এই দিবস উদযাপন কৰা হয়।সঞ্জীবনী মেডিকেলৰ স্বত্বাধিকাৰী স্বপ্না বৰাৰ উপস্থিতিত ফাৰ্মাচিষ্ট জিতু বৰাৰ সহযোগ ত অনুস্থিত হোৱা এই অনুস্থান ত গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি পুৰঞ্জয় গোস্বামী, বৰুৱা বামুনগাও প্ৰেছ ক্লাৱৰ সভাপতি অৰুণ বিকাশ বৰুৱা, গোলাঘাট ৰ জেষ্ঠ সাংবাদিক সমীৰন দিগন্ত, প্ৰধান শিক্ষক নগেন চন্দ্ৰ বৰা,সমাজকৰ্মী ঘনকান্ত গগৈ কে ধৰি ভালে সংখ্যক ব্যক্তি উপস্থিত থাকে।

No comments