Breaking News

সোণাৰিত সেনা বাহিনীৰ উদ্যোগত বিশ্ব পৰিৱেশ স্বাস্থ্য দিৱস পালন

 

ডিজিটেল সংবাদ,সোণাৰি;  সোণাৰিত সেনা বাহিনীৰ উদ্যোগত বিশ্ব পৰিৱেশ স্বাস্থ্য দিৱস পালন।ভাৰতীয় সেনাৰ ১৪ ৰাজপুত বেটেলীয়ানৰ উদ্যোগত আজি সোণাৰিত বিশ্ব পৰিৱেশ স্বাস্থ্য দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আজি সোণাৰি নগৰৰ কেইবাখনো বিদ্যালয়, অঙ্গনবাদী কেন্দ্ৰত গছ পুলি ৰোপণ কৰা হয়। কাৰ্যসূচীত সেনা বাহিনীৰ বিষয়া আৰু যথেষ্ট সংখ্যক শিক্ষক, ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷

No comments