Breaking News

নুমলীগড়ৰ বৰচাপৰিত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস

 


ডিজিটেল সংবাদ, গোলাঘাটঃ নুমলীগড়ৰ বৰচাপৰিত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস ।এটা দুটা নহয়, শতাধিক হাতীৰ বৃহৎ জাকক লৈ আতংকিত ৰাইজ । শালিধানৰ পথাৰ তহিলং নুমলীগড়ৰ বৰচাপৰিৰ দৃশ্য এয়া। প্ৰায় শতাধিক এটা হাতীৰ বৃহৎ জাকক লৈ আতংকিত ৰাইজ। ৰাইজৰ শালিধানৰ পথাৰত গৰু ছাগলীৰ দৰে বিচৰণ হাতীৰ জাকৰ । এফালৰ পৰা তহিলং কৰিছে পথাৰ । যাৰ ফলত বিপদত পৰিছে কৃষক । বাৰী,ঘৰ তহিলং কৰাৰ আশংকাত উজাগৰে নিশা পাৰ কৰিছে।

No comments