Breaking News

এইবৰ্ষৰ দাদাচাহেব ফালকে বঁটা বিশিষ্ট অভিনেত্ৰী আশা পাৰেখলৈ



এইবৰ্ষৰ দাদাচাহেব ফালকে বঁটা বিশিষ্ট অভিনেত্ৰী আশা পাৰেখলৈ।  এই কথা ঘোষণা কৰিছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত আশা পাৰেখক এই বঁটাৰে সন্মানিত কৰা হ’ব। উল্লেখ্য যে   ৯৫ খনতকৈও অধিক ছবিত অভিনয় কৰিছে আশা পাৰিখে।

অহা ৩০ ছেপ্টেম্বৰত দিল্লীত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হ’ব।  ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব এই সন্মান। 

No comments