Breaking News

ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশ নলয় লাভলীনাই, কিন্তু কিয়?




অসমৰ খেলৰ বাবে দুঃসংবাদ। ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশ নলয় লাভলীনাই। নাকত আঘাত পোৱাৰ বাবেই ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশ ল’ব নোৱাৰিব লাভলীনা বৰগোহাঁয়ে। প্ৰস্তুতি মেচত আঘাতপ্ৰাপ্ত লাভলীনা বৰগোহাঁই। নাকত আঘাত পোৱা লাভলীনাক চিকিৎসকে দিছে বিশ্ৰামৰ পৰামৰ্শ।

No comments