Breaking News

টীয়কৰ বাঁহবাৰীৰ পৰা নিশা আৰক্ষীয়ে উদ্ধাৰ কৰিলে পইন্ট 32 পিষ্টল

 

ডিজিটেল সংবাদ, টীয়কঃ টীয়কৰ বাঁহবাৰীৰ পৰা নিশা আৰক্ষীয়ে উদ্ধাৰ কৰিলে পইন্ট 32 পিষ্টল । পংকজ শইকীয়া নামৰ এজন ব্যৱসায়ীৰ ঘৰৰ বাৰীৰ পৰা উদ্ধাৰ কৰে পিষ্টলটো । ঘটনা সন্দৰ্ভত পংকজক আটক কৰিছে টীয়ক আৰক্ষীয়ে উদ্ধাৰ হোৱা পিষ্টল টোৰ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে অধিক তদন্ত অব্যাহত ৰাখিছে।

No comments