Breaking News

মেৰাপানীৰ ইচলামপুৰত ব্ৰাউন চুগাৰসহ এজনক আটক

 

ডিজিটেল সংবাদ, মেৰাপানীঃ মেৰাপানীৰ ইচলামপুৰত ব্ৰাউন চুগাৰসহ এজনক আটক। মেৰাপানী আৰক্ষী আৰু চিআৰপিএফৰ যুটীয়া অভিযানত ইচলামপুৰৰ মোবাৰক আলি নামৰ এজন ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত তালাচী চলাই জব্দ কৰে ১৩ গ্ৰাম ব্ৰাউন চুগাৰ। ডিমাপুৰৰ পৰা ক্ৰয় কৰি অনা ড্ৰাগছখিনি মেৰাপানীত বিক্ৰীৰ বাবে আনিছিল।



No comments