Breaking News

অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত পুনৰ বৃদ্ধি হ'ল AFSPAৰ ম্যাদ



অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত পুনৰ বৃদ্ধি হ'ল সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ (AFSPA) ম্যাদ ৷ কালিৰে পৰা ছমাহলৈ পুনৰ অৰুণাচল প্ৰদেশৰ তিনিখন জিলা আৰু নগালেণ্ডৰ ৯খন জিলাত বৃদ্ধি কৰা হৈছে AFSPAৰ ম্যাদ।


উল্লেখ্য যে, ২০২৩ চনৰ ৩০ মাৰ্চলৈকে এই আইন বলবৎ থাকিব। ইতিমধ্যে অসমত AFSPA প্ৰত্যাহাৰ কৰা হৈছে যদিও উত্তৰ-পূৰ্বাঞ্চলৰ অধিকাংশ ৰাজ্যতে বলবৎ হৈ আছে এই আইন । 

No comments