Breaking News

মেৰাপানীৰ পদুম পথাৰত জৈৱিক ইণ্ডিয়া এৱাৰ্ড লাভ কৰা যুৱ কৃষক অঞ্জল লিম্বুক ৰাজহুৱা সম্বদ্ধনা।


ডিজিটেল সংবাদ ;মেৰাপানী,মেৰাপানীৰ পদুম পথাৰত জৈৱিক ইণ্ডিয়া এৱাৰ্ড লাভ কৰা যুৱ কৃষক অঞ্জল লিম্বুক ৰাজহুৱা সম্বদ্ধনা। পদুমপথাৰ গাঁওৰক্ষী বাহিনী আৰু গাঁও উন্নয়ণ সমিতিৰ সৌজন্যত জৈৱিক কৃষিৰ জৰিয়তে স্বাৱলম্বী হোৱা কৃষকজনলৈ যোৱা ২৩ ছেপ্টম্বৰত আগ্ৰাত প্ৰদান কৰা জৈৱিক ইণ্ডিয়া এৱাৰ্ড লাভ কৰাৰ বাবে অঞ্চলটোৰ ৰাইজে বিশেষ ভাৱে সম্বদ্ধনা জনায়। এই অনুষ্ঠানতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ উশ্বু আৰু যুডু কাৰাটে প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰি সফলতা লাভ কৰা সুনিতা লিম্বু আৰু যমুনা থাপাকো স্থানীয় ৰাইজে সম্বদ্ধনা জনায়।

No comments