Breaking News

শনিবাৰে কাজিৰঙাৰ এনিমেল কৰিডৰত দ্ৰুতবেগী ট্ৰাকে এটা প্ৰকাণ্ড গঁড়ক খুন্দিয়াই আঘাত কৰিছিল।

 


ডিজিটেল সংবাদ,কাজিৰঙা... শনিবাৰে কাজিৰঙাৰ এনিমেল কৰিডৰত দ্ৰুতবেগী ট্ৰাকে এটা প্ৰকাণ্ড গঁড়ক খুন্দিয়াই আঘাত কৰিছিল। ট্রাকখনক জৰিমনা বিহা হৈছে যদিও বনবিভাগে  সন্ধান উলিয়াব পৰা নাছিল আঘাতপ্র গঁড়টোৰ। দ্ভ্রোণৰ সহায়ত অৱশেষত আঘাটপ্রাপ্ত গঁটোৰ সন্ধান উলিয়াবলৈ সক্ষম হয় বনবিভাগ। কালি এক প্রেছবাৰ্তা যোগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মা, DFO ৰমেশ কুমাৰ গগৈ আৰু পশু চিকিৎসক বিশেষজ্ঞ ডাঃ সামচুল আলিয়ে জানিবলৈ দিয়া মতে গঁড়টো চিনাক্ত কৰা হৈছে, সামান্য আঘাট পাইছে ভয়ৰ কোনো কাৰণ নাই আৰু গঁড়টো সুস্থ হৈ আছে


No comments