Breaking News

অষ্টম ৰাষ্ট্ৰীয় টং-ইল -মুডো মাৰ্চিয়েল আৰ্টছ *প্ৰতিযোগিতাৰ সফল সমাপ্তি*অসম তৃতীয় দল।

 

অষ্টম ৰাষ্ট্ৰীয় টং-ইল -মুডো মাৰ্চিয়েল আৰ্টছ *প্ৰতিযোগিতাৰ সফল সমাপ্তি*অসম তৃতীয় দল।*  ১১ সোণৰ পদক ১৭তা ৰূপৰ পদক আৰু ২৮ তা ব্ৰঞ্জৰ পদকেৰে অসম দল দ্বিতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰিছে ।যোৱা 8,9 আৰু 10 অক্টোবৰ তাৰিখত মহাৰাষ্ট্ৰৰ নাচিক চহৰত মহাৰাষ্ট্ৰ টং ইল মু ডো সন্থাৰ উদ্যোগত তথা ভাৰতীয় টং ইল মুডো সন্থাৰ অধীনত অষ্টম  ৰাষ্ট্ৰীয় -চাব জুনিয়ৰ/ জুনিয়ৰ / চিনিয়ৰ আৰু কেডেট শাখাত এই খেল খন অনুষ্ঠিত হয়।  এই টং ইল মুডো মাৰ্চিয়েল আৰ্টছ প্ৰতিযোগিতা খন আন্তৰাষ্ট্ৰীয় অলিম্পিক সন্থা আৰু ভাৰতীয় স্কুল ক্ৰীড়া সন্থাৰ অধীনত স্বীকৃতি প্ৰাপ্ত  খেল ।।।উক্ত খেল খনত অসম টং ইল মুডো সন্থাৰ ১২৬ জনীয়া লৰা ছোৱালী প্ৰতিযোগিয়ে অংশ গ্ৰহণ কৰিছিল । অসমৰ পৰা যোৱা এই লৰা ছোৱালী দলটোক আন্ত:ৰাষ্ট্ৰীয় খেলুৱৈ তথা টং-ইল -মু -ডো সন্থাৰ উত্তৰ পূৱৰ সঞ্চালক,তথা ভাৰতী টং -ইল- মু -ডো সন্থাৰ যুটীয়া সম্পাদক  ধৰ্মেশ্বৰ হালৈ (ভাইটিৰ ) ৰ লগতে অসম দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নেতৃত্ব দিছিল বৰপেটা জিলাৰ অভি দেউৰী আৰু কামৰূপ জিলাৰ জয়ন্ত ঠাকুৰীয়াৰ নেতৃত্বত এই অষ্টম ৰাষ্ট্ৰৰ টং ইল মুডো মাৰ্চিয়েল আৰ্টছ খেল খনত অসম দলে অংশ গ্ৰহণ কৰি সোন, ৰূপ আৰু ব্ৰঞ্জৰ ৫৪ তা পদকেৰে দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে । পদক অৰ্জন কৰা লৰা ছোৱালী খেলুৱৈ সকল হল ক্ৰমে সোণৰ পদক অঞ্জলী শৰ্মা, তনুজা বাসুমতাৰী, বিভাজ মৌৰল, কৌশিক শৰ্মা,গৌৰৱ মজুমদাৰ, মধুস্মিতা বায়ন, ৰাজ তালুকদাৰ, নীহাৰ কাশ্যপ, প্ৰিয়ংকা নাথ, দেবাসীস বৰপূজাৰী, ফিজা আৰফা,আৰু  ৰূপক পদক অৰ্জনকাৰী প্ৰিয়াংচি ৰয়, প্ৰিয়ংকা বিশ্বাস,, নিলাক্ষী দেৱী,নৱকান্ত ডেকা  ভাইওলিনা তালুকদাৰ, ৰিকিৰাজ ডেকা, জেচমিন আৰা আহমেদ,ধনজিত কলিতা,জ্যোতিৰময় দাস ধিমান জ্যোতি নাথ ,চণ্ডামিতা ডেকা  দিপু বেজবৰুৱাৰ ভাইলিনা শৰ্মা, বৃষ্টি ৰাণী কাশ্যপ, ভাইলিনা তালুকদাৰ, ধ্ৰুৱজিত তালুকদাৰ , জিষ্ণু দাস, ব্ৰঞ্জৰ পদক  সত্যজিত  লস্কাৰ,বুবুল আলি,ৰাতুল মেধি, প্ৰীতম পাঠক ,গীজনেছ ভৰ্ৎদ্বাছ, ৰবিচান আলি, আবিৰ ইপতিহাশ, আবুল কালাম আজাদ,ৰিমা দাস, নৱ মেধি, বেদান্ত শৰ্মা,লক্ষ্মী শৰ্মা, চান্দ আলি,ৰাতুল মেধি  প্ৰীতম ৰয় ,কৰীস্মিতা বৰ্মন ,ৰাতুল দাস সুস্মিতা হালৈ,ৰণিত ধৰ, প্ৰিয়ংকা বৰ্মন, বনস্মিতা বৰ্মন , ছাকচি মজুমদাৰ,,প্ৰীতম পাঠক, ৰাতুল মেধি, ,নিকিতা দেউৰী, নন্দিনী কাশ্যপ, হেমাংগা শেষৰ দাস লগতে এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ পৰা যোৱা 12 জন প্ৰশিক্ষকে ৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰিছে তেওঁ লোক হল - অভি দেউৰী,জয়ন্ত ঠাকুৰীয়া, বিমল দাস, সঞ্জয় শৰ্মা, নৱ জ্যোতি শৰ্মা, মনোজ বড়ো ,নিলাক্ষী দেৱী, আব্দুল কৰিম আলি, যুগল জ্যোতি দাস,ধীৰাজ বসুমতাৰী,ৰাতুল দাস ,অসমৰ সকলো খেলুৱৈ তথা ৰেফাৰী বোৰলৈ অভিনন্দন জ্ঞাপন কৰিছে টং ইল মু ডো সন্থাৰ অসমৰ সভাপতি চন্দন কুমাৰ নাথ, কাৰ্যকাৰী সভাপতি পংকজ কুমাৰ দাস , উপ সভাপতি পৰাগ চৌধুৰী, নলবাৰী জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক বুবুল তালুকদাৰ, নলবাৰী জিলা কুং ফু সন্থাৰ সভাপতি চন্দন হালৈ , বিশ্ব হিন্দু পৰিষদ নলবাৰী বিভাগ মন্ত্ৰী অনুপ দাস, বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি অনিল দাস, প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ, প্ৰাক্তন ৰাজ্য সভাৰ সাংসদ কুমাৰ দীপক দাস লগতে অসম কুং ফু সন্থাৰ সন্মানীয় সভাপতি তথা পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া দেবে,          

No comments