Breaking News

হাজোৰ বৰ্ণিত দিবা- নৈশ কাবাদী খেল প্ৰতিযোগিতা

 

ডিজিটেল সংবাদ,হাজো ...হাজোৰ বৰ্ণিত দিবা- নৈশ কাবাদী খেল প্ৰতিযোগিতা ---কামৰূপ জিলাৰ হাজোৰ বৰ্ণিত ১৮ আৰু ১৯ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈ যায়  দিবা নৈশ কাবাদী খেল প্ৰতিযোগিতা। বৰ্ণি  ন-পাৰা প্ৰগতি সংঘৰ উদ্যোগত অনুষ্ঠিত হয়  দিবা নৈশ কাবাদী  খেল প্ৰতিযোগিতা। বৰ্ণি  ন -পাৰা খেল পথাৰত অনুষ্ঠিত প্ৰাইজমানি কাবাদী খেল প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে ২১টাকৈ দলে ।দুপৰ নিশা লৈ কেইবা শ লোকে খেল উপভোগ কৰি আনন্দ লাভ কৰা পৰিলক্ষিত হৈছিল ।

No comments