Breaking News

আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জননেতা, পদ্মভূষণ প্ৰয়াত তৰুণ গগৈৰ ৮৮ সংখ্যক জন্মদিন

 

  

ডিজিটেল সংবাদ, মাজুলীঃ আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জননেতা, পদ্মভূষণ প্ৰয়াত তৰুণ গগৈৰ ৮৮ সংখ্যক জন্মদিন ! আজি মাজুলীত তৰুণ গগৈৰ ৮৮সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি ঢেকিয়াজুলীৰ নামঘৰ প্ৰাংগণত গৌৰৱ গগৈৰ ফেন ক্লাবে শ্ৰদ্ধাঞ্জলি জনায় লগতে নামঘৰৰ চৌপাশত গছ-পুলি ৰোপন কৰা হ'য় !

No comments