Breaking News

দেৰগাঁৱৰ সমীপবৰ্তী ওপৰ টেমেৰা কমলা মিৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত মিচিং আগম কৌবাং গোলোং টেমেৰা আঞ্চলিক ৰ উদ্যোগত "৩৮তম মিচিং ভাষা দিৱস" উদযাপন আৰু লেখক ডিম্বেশ্বৰ মৰাংৰ গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ, দেৰগাঁওঃ আজি দেৰগাঁৱৰ সমীপবৰ্তী ওপৰ টেমেৰা কমলা মিৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত  মিচিং আগম কৌবাং গোলোং টেমেৰা আঞ্চলিক  ৰ উদ্যোগত "৩৮তম মিচিং ভাষা দিৱস"উদযাপন। উক্ত অনুষ্ঠানতে লেখক ডিম্বেশ্বৰ মৰাংৰ নৱতম গ্ৰন্থ ধুমুহাত বিধ্বস্ত পখীৰ গান উন্মোচন কৰে বিশিষ্ট লেখক বিজু বৰিয়ে।মিচিং জনগোষ্ঠীৰ বিশিষ্ট শিল্পী হিৰণ্য পেগুৰ সংগীতেৰে অনুষ্ঠানতো অধিক জীপাল হৈ পৰে।মিছিং জনজাতিৰ উত্তৰনৰ ক্ষেত্ৰত পদক্ষেপ লৈ থকা বহুকেইজন ব্যক্তিৰ লগতে অঞ্চলটোৰ শতাধিক ৰাইজ উপস্থিত থাকে ।

No comments