Breaking News

গোলাঘাটৰ ৰহঢলাত ব্যাপক উৎসাহ-উদ্দীপনাৰে ষট্ পূজা পালনঃ


ডিজিটেল সংবাদ, পদুমণিঃ
  গোলাঘাটৰ ৰহঢলাত ব্যাপক উৎসাহ-উদ্দীপনাৰে ষট্ পূজা পালনঃ               দেশৰ অন্যান্য প্ৰান্তৰ লগতে গোলাঘাটৰ ৰহঢলাতো ব্যাপক উৎসাহ-উদ্দীপনাৰে কালি সূৰ্যাস্তৰ পৰা অনুষ্ঠিত  ষট্ পূজা আজি সূৰ্যোদয়ৰ লগে লগে  সামৰণি পৰে  ।  উল্লেখযোগ্য যে ধৰ্মীয় শাস্ত্ৰ মতে,কাতি মাহৰ শুক্ল পক্ষৰ ষষ্ঠী তিথিত পালিত এই ষট্ পূজাত  চাৰি দিন ধৰি চৈত্রিচ ভাষা নিজল উপবাসে  থাকি ধৰ্মীয় ৰীতি-নীতিৰে চাকি-ধূপ-বিবিধ ফলমূলেৰে ভগৱান সূৰ্য দেৱতাক পূজা কৰাৰ লগতে জলত নামিয়ো পূজা-অচনা কৰি সূৰ্যোদয়ৰ লগে লগে ব্ৰতৰ সামৰণি মৰা হয় । সেই উপলক্ষে  কালিৰে পৰা আজি পুৱালৈকে  ৰহঢলাৰ ষট্ পূজা থলীত ভক্তপ্ৰাণ ৰাইজৰ সমাগম পৰিলক্ষিত হয় ।                  

No comments