Breaking News

হাজোৰ বাহানাত চুৰি কাণ্ড : চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ সহ নগদ ধন --

 


ডিজিটেল সংবাদ, হাজোঃ হাজোৰ বাহানাত চুৰি কাণ্ড : চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ সহ নগদ হাজোৰ বাহানাত চুৰি কাণ্ড : চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ সহ নগদ ধন --পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দ - উৎসৱৰ মাজতে হাজো আৰক্ষী থানাৰ অন্তৰ্গত বাহানাত কালি নিশা সংঘটিত হৈছে


এক চুৰিকাণ্ড।কোনো নথকাৰ সুযোগ বুজি এটি পৰিয়ালৰ বাসগৃহত চোৰে চলালে চাফাই অভিযান। বাহানাৰ ৰূপেন দাস আৰু নিৰ্মলা দাসৰ বাসগৃহত সংঘটিত হৈছে এই চুৰিকাণ্ড। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, কালি নিশা পৰিয়ালটোৰ বাসগৃহত কোনো নথকাৰ সুযোগ বুজি লোৰবেৰ কাটি আৰু ঘৰৰ খিৰীকি ভাঙি ভিতৰত প্ৰৱেশ কৰে চোৰ।চোৰে বাসগৃহৰ ভিতৰত প্ৰৱেশ কৰি গডৰেজৰ তলা ভাঙি লুটি নিয়ে সোনৰ আ অলংকাৰ সহ নগদ ৭০ হাজাৰ টকা। ঘটনা সন্দৰ্ভত ভুক্তভুগি পৰিয়ালটোৰ খবৰ ভিত্তিত ঘটনাস্থলিত হাজো আৰক্ষী উপস্থিত হৈ  তদন্ত আৰম্ভ কৰিছে।।                   

No comments