Breaking News

চিনাতলী চাৰিআলিত ভয়ানক অগ্নিকাণ্ড, অগ্নিকাণ্ডত এখন সুলভ মূল্যৰ দোকান সম্পূৰ্ণৰূপে ভস্মিভূত

 


ডিজিটেল সংবাদ, চিনাতলীঃ চিনাতলী চাৰিআলিত ভয়ানক অগ্নিকাণ্ড ,অগ্নিকাণ্ডত এখন সুলভ মূল্যৰ দোকান সম্পূৰ্ণৰূপে ভস্মিভূত। চিনাতলীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী উপেন তামুলীৰ মালিকানাধীন এই সুলভ মূল্যৰ দোকানখনপ্ৰায় পাঁচ লক্ষাধিক টকা মূল্যৰ সা-সম্পত্তি জাহ গৈছে।


এই অগ্নিকাণ্ডত দীপাৱলীৰ পুৱতি নিশা কোনো দুষ্কৃতিকাৰীয়ে দোকানখন জ্বলাই দিয়াৰ সন্দেহ ।  ইতিমধ্যে অগ্নি নিৰ্বাক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে।

No comments