Breaking News

সোণাৰিৰ সাপেখাতীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে সৰৱ টাইপা।চৰাইদেউ জিলা বন্ধৰ হুংকাৰ।


ডিজিটেল সংবাদ, সোণাৰিঃ
  সোণাৰিৰ সাপেখাতীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে সৰৱ টাইপা।চৰাইদেউ জিলা বন্ধৰ হুংকাৰ।মৰিয়নীত আহোমৰ পৰম্পৰাৰে অনুষ্ঠিত হোৱা বিবাহ খাবলৈ গৈ সংঘৰ পৰা বহিস্কাৰ হোৱা ঘটনাৰ তীব্ৰ প্ৰতিবাদ টাইপাৰ।সাপেখাতীত অনুষ্ঠিত হব লগীয়া সংঘৰ কেন্দ্ৰীয় সমাৰোহ স্থলিত উপস্থিত হৈ টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰে এই ঘটনাৰ সন্দৰ্ভত বিহীত ব্যৱস্থা দাবি জনাইছে অন্যথা সমাৰোহৰ মুল দিনটোত চৰাইদেউ জিলা বন্ধ ঘোষণা হুংকাৰ প্ৰদান কৰিছে

No comments