Breaking News

বিটিআৰত আৰম্ভ হৈছে "FIRST INTER SIXTH SCHEDULE COUNCILS FOOTBALL PREMIER LEAGUE 2022"


ডিজিটেল সংবাদ, চিৰাং: বিটিআৰ পৰিষদীয় চৰকাৰৰ উদ্যোগত ৯ অক্টোবৰৰে  পৰা বিটিআৰত আৰম্ভ হৈছে  "FIRST INTER SIXTH  SCHEDULE COUNCILS FOOTBALL PREMIER LEAGUE 2022" । বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত সোমবাৰে  অনুষ্ঠিত  উক্ত প্ৰতিযোগিতাৰ Group- B ৰ প্ৰথমখন খেলত মিজোৰামৰ চাকমা  অটোনমাচ ডিস্ট্ৰিক কাউন্সিল বনাম মেঘালয়ৰ গাৰো হিলচ অটোনমাচ ডিস্ট্ৰিক কাউন্সিল অৱতীৰ্ণ হয় । গাৰো হিলচ অটোনমাচ ডিস্ট্ৰিক কাউন্সিলে চাকমা অটোনমাচ ডিস্ট্ৰিক কাউন্সিলক ৫-২ গলৰ ব্যৱধানত পৰাস্ত কৰে। বিটিচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য দাওবাইসা বড়োই  খেলখন উদ্বোধন কৰে 

No comments