Breaking News

বিজনীৰ ২ নং দৈলংঝাৰ 607 নং দৈলংঝাৰ প্ৰাথমিক বিদ্যালয়ত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ একাদশ মৃত্যু বাৰ্ষিকী দিৱস উদযাপন

 

ডিজিটেল সংবাদ, চিৰাংঃ বিজনীৰ ২ নং দৈলংঝাৰ 607 নং দৈলংঝাৰ প্ৰাথমিক বিদ্যালয়ত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ একাদশ মৃত্যু বাৰ্ষিকী দিৱস উদযাপন ।চিৰাং জিলাৰ বিজনীৰ ২ নং দৈলংঝাৰ 607 নং দৈলংঝাৰ প্ৰাথমিক বিদ্যালয়ত উলুবাৰী শাখা সাহিত্য সভাৰ উদ্যোগত  সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ একাদশ মৃত্যু বাৰ্ষিকী দিৱস উদযাপন।অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ---উলুবাৰী শাখা সাহিত্য সভাৰ সভাপতি *বিষ্ণুদেৱ ৰায়ে ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাপন কৰে -SMC ৰ সভাপতি সঞ্জীৱ মণ্ডলে ।-সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য গণেশ‌ ৰায়, চিৰাং জিলা ছাত্ৰ সন্থাৰ সভাপতি সৌৰভজ্যোতি সুত্ৰধৰ,বিষ্ণুপুৰ ক্লাচটাৰৰ চিআৰচিচি অশীত দত্ত ,উলুবাৰী শাখা সাহিত্য সভাৰ সাধাৰণ সম্পাদক তথা ৬০৭ নং দৈলং ঝাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক * মুকল চন্দ্ৰ ৰায়ে , উলুবাৰী শাখা সাহিত্য সভাৰ সদস্য সকলৰ লগতে বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক ,সহ শিক্ষক ছাত্ৰ -ছাত্ৰী সকলে উপস্থিত থাকে ।

No comments