Breaking News

যোৱা ৪ নৱেম্বৰৰ পৰা চৰাইদেউ জিলাৰ সাপেখাতিত আৰম্ভ হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ২৯ সংখ্যাক কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহ


 ডিজিটেল সংবাদ, সোণাৰিঃ
যোৱা ৪ নৱেম্বৰৰ পৰা চৰাইদেউ জিলাৰ সাপেখাতিত আৰম্ভ হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ২৯ সংখ্যাক কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ  সমাৰোহৰ আজি দ্বিতীয় দিনাৰ কাৰ্য্যসূচীৰ প্ৰথম কাৰ্যসূচী ধৰ্ম ধজ্বা উত্তোলন কৰে সংঘৰ পদাধিকাৰ বসুন্ধৰা ডেকাই। ইয়াৰ পাছতে ভাগৱত ভ্ৰমণৰ লগতে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে।

No comments