Breaking News

মহিলা আৰু শিশু নিৰ্যাতন বন্ধ কৰাৰ দাবীত সজাগতা অভিযান স্বেচ্ছাসেৱী সংগঠন The Ant ৰ ।


 ডিজিটেল সংবাদ, চিৰাংঃ 
মহিলা আৰু শিশু নিৰ্যাতন বন্ধ কৰাৰ দাবীত সজাগতা অভিযান স্বেচ্ছাসেৱী সংগঠন The  Ant ৰ । চিৰাঙৰ ৰৌমাৰীৰ The Ant ৰ উদ্যোগত মহিলা আৰু শিশু নিৰ্যাতন বন্ধ কৰাৰ দাবীত যোৱা ২৫ নৱেম্বৰৰে পৰা ১১ দিনীয়াকৈ আৰম্ভ হৈছে সজাগতা পদযাত্ৰা। চিৰাঙৰ ভাৰত-ভূটান সীমান্তৱৰ্তী দেওশ্ৰীৰ পৰা আৰম্ভ হৈছে এই সজাগতা মূলক পদযাত্ৰা।  স্বেচ্ছাসেৱী সংগঠন The Ant ৰ বিষয়-ববীয়া তথা কাৰ্যকৰ্তা সকলে আৰম্ভ কৰা পদযাত্ৰাটো  নবেম্বৰ মাহৰ ৩০ তাৰিখ , বুধবাৰে বিষ্ণুপুৰ চিকাঝোৰা ,আৰু ডিচেম্বৰ মাহৰ ১ তাৰিখ বৃহস্পতিবাৰে  বিষ্ণুপুৰ আঞ্চলিক আক্ৰাছুৰ কাৰ্য্যলয় হৈ বৰপথাৰলৈ পদযাত্ৰা কৰিৱ ।

No comments