Breaking News

আজি অনিমেষ ভূঞাৰ মৃত্যুৰ এবছৰ।


 ডিজিটেল সংবাদ, দেৰগাঁওঃ 
আজি অনিমেষ ভূঞাৰ মৃত্যুৰ এবছৰ।যোৱা বছৰ ২৯ নৱেম্বেৰত যোৰহাট নগৰৰ মাজমজীয়াত এচাম দুবৃৰ্ত্তৰ গণপ্ৰহাৰত অকালতে মৃত্যু হৈছিল অনিমেষ ভূঞাৰ।অনিমেষৰ মৃত্যুৰ সময়ত প্ৰতিশ্ৰুতিৰ বন্যাৰে উপচাই তোলা চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে অনিমেষৰ পৰিয়ালে। অনিমেষৰ স্মৃতিত এটি স্মৃতিসৌধ নিৰ্মাণ,ভাতৃক সংস্থাপন আদি প্ৰতিশ্ৰুতিবোৰ প্ৰতিশ্ৰুতি হৈ ৰোৱাত ক্ষোভ প্ৰকাশ কৰিছে অনিমেষৰ মাতৃ আৰু আৰু ভাতৃয়ে।

No comments