Breaking News

বিজনীত APP ৰ কৰ্মকৰ্তা প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত


 ডিজিটেল সংবাদ, চিৰাংঃ 
বিজনীত APP ৰ কৰ্মকৰ্তা প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত ‌ চিৰাঙৰ  বিজনীৰ ড৹ বি আৰ আম্বেদকাৰ সামূহিক ভৱনত  চিৰাং জিলা ভিত্তিত AAP ৰ কৰ্মকৰ্তা প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় । উক্ত শিবিৰত AAP ৰ ৰাজ্যিক সম্পাদক ভিক্তৰ গগৈ, ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক মানছুৰ তালুকদাৰসহ ৰাজ্যিক নেতৃবৃন্দ উপস্থিত থাকে।

No comments