Breaking News

গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ জিলাৰ সীমা মুৰীয়া মুৰফূলনীৰ চতিয়নাপথাৰত আদি বাসী ছাত্ৰ সন্থাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচী ৰে বীৰ শ্বহীদ বিৰছা মূণ্ডা ৰ ১৪৭সংখ্যক জন্ম দিবস পালন।

ডিজিটেল সংবাদ, নুমলীগডঃ গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ জিলাৰ সীমা মুৰীয়া মুৰফূলনীৰ চতিয়নাপথাৰত আদি বাসী ছাত্ৰ সন্থাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচী ৰে বীৰ শ্বহীদ বিৰছা মূণ্ডা ৰ ১৪৭সংখ্যক জন্ম দিবস পালন।আদি বাসী ছাত্ৰ সন্থাৰ উদ্যোগত গোলাঘাট জিলা ৰ মৰঙী আঞ্চলিক আৰু কাৰ্বি-আংলং জিলাৰ নীলিপ আঞ্চলিক সমিতি যৌথ উদ্যাগত দুদিনীয়া কাৰ্যসূচী ৰে মৰঙী মৌজাৰ মুৰফুলনীৰ চতিয়নাপথাৰ খেলপথাৰত বীৰ শ্বহীদ বিৰছা মূণ্ডা ৰ ১৪৭ সংখ্যক জন্ম দিন পালন কৰা পৰিলক্ষিত হয়।


ঢ়োল আৰু মাদলৰ চেৱতপ্ৰাণ পাই উঠিল চতিয়নাপথাৰ খেলপথাৰ।  ঝুমুৰ নৃত্যত ভাগ ল'লে  শতাধিক যুবতীয়ে ।সহস্ৰাধিক আদি বাসী আৰু চাহ জনগোষ্ঠীৰ লোকে অংশ গ্ৰহণ কৰা উক্ত অনুষ্ঠানৰ মুকলি সভাত উপস্থিত থাকে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু আনলাৰ সেনাধ্যক্ষ পিটাৰ ডাং আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকে।

No comments