Breaking News

নলবাৰীত বলিউদৰ বিশিষ্ট কৌতুক অভিনেতা গোবৰ্ধন আছৰানি

 

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰীত বলিউদৰ বিশিষ্ট কৌতুক অভিনেতা গোবৰ্ধন আছৰানি ..এটাৰ পিছত এটা ৰসাল কথাৰে আমোদ দিলে দৰ্শক ৰাইজক ..89 তম নলবাৰী ৰাস মহোৎসৱত  কালি গধূলি আহি উপস্থিত হয় বলিউডৰ বিশিষ্ট কৌতুক অভিনেতা গোবৰ্ধন আছৰানি।  14 নৱেম্বৰত বলিউডৰ অভিনেত্ৰী হেমামালিনী ৰ পিছতে কালি গোবৰ্ধন আছৰানি। এইবাৰ নলবাৰী ৰাসত দুজন কৈ বলিউডৰ অভিনেতা অভিনেত্ৰীৰ আগমনে যথেষ্ট আমোদ দিছে দৰ্শক ৰাইজক।

No comments