Breaking News

সোণাৰিত ভাৱানীপুৰত সংঘটিত হৈছে ভয়াবহ অগ্নিকাণ্ড



ডিজিটেল সংবাদ, সোণাৰিঃ সোণাৰিত ভাৱানীপুৰত সংঘটিত হৈছে ভয়াবহ অগ্নিকাণ্ড। পুৱা ৯.৩০ সংঘটিত হয় এই ঘটনা। অঞ্চলটোৰ শংকৰ দত্তৰ ঘৰত সংঘটিত হয় এই ঘটনা।

No comments