Breaking News

চৰাইদেউ জিলাৰ অসম নগালেণ্ডৰ সীমান্তবৰ্তি নামতোলাত আলফা (স্বাধীন)ৰ হৈ ধন দাবী কৰা এজন নগা যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।


 
ডিজিটেল সংবাদ, সোণাৰিঃ চৰাইদেউ জিলাৰ অসম নগালেণ্ডৰ সীমান্তবৰ্তি নামতোলাত আলফা (স্বাধীন)ৰ হৈ ধন দাবী কৰা এজন নগা যুৱকক আৰক্ষীয়ে   গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা নগা যুৱকজনৰ নাম টিংমন কণ্যা আৰু তেওঁৰ ঘৰ নাগালেণ্ডৰ মন জিলাৰ টিজিত বুলি জানিব পৰা গৈছে। আৰক্ষী সূত্ৰৰ মতে নগা যুৱক জনে নামতোলাৰ কেইবাজনো ব্যৱসায়ী পৰা আলফাৰ নামত ধন দাবী কৰি দাবী কৰা ধন আদায় দিবলৈ হেঁচা প্ৰয়োগ কৰি আছিল। 

No comments