Breaking News

নুমলীগড়ত দুষ্কৃতিকাৰীয়ে বস্তাৰে বান্ধি পথৰ কাষত পেলাই থৈ গল অৰ্ধশতাধিক কুকুৰ ।


 ডিজিটেল সংবাদ, নুমলীগডঃ 
নুমলীগড়ত দুষ্কৃতিকাৰীয়ে বস্তাৰে বান্ধি পথৰ কাষত পেলাই থৈ গল অৰ্ধশতাধিক কুকুৰ । নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ নুমলীগড় চাহ বাগিচাৰ মাজত দুষ্কৃতিকাৰীয়ে মুখ বান্ধি,বস্তাত ভৰাই পেলাই থৈ গল অৰ্ধশতাধিক কুকুৰ । ইয়াৰে কেইবাটাও কুকুৰৰ মৃত্যু হৈছে । নুমলীগড় আৰক্ষীয়ে কুকুৰসমূহ উদ্ধাৰ কৰে । উল্লেখ্য যে একাংশ দুষ্কৃতি কাৰীয়ে চোৰাংকৈ কুকুৰ সমূহ ডিমাপুৰলৈ সৰবৰাহ কৰিবৰ বাবে আনি হঠাৎ কিবা সমস্যাৰ সন্মুখীন হৈ নুমলীগড় চাহ বাগিচাৰ মাজত পেলাই যোৱাৰ সন্দেহ কৰিছে ।

No comments