Breaking News

একতা সংহতি আৰু প্ৰগতিৰ স্বাৰ্থত বীৰ লাচিত দিৱসৰ জন্মজয়ন্তী উপলক্ষে আজি তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত এক “লাচিত দৌৰ ” অনুষ্ঠিত কৰে


 ডিজিটেল সংবাদ, তামুলপুৰ: 
একতা সংহতি আৰু প্ৰগতিৰ স্বাৰ্থত বীৰ লাচিত দিৱসৰ জন্মজয়ন্তী উপলক্ষে আজি তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত এক “লাচিত দৌৰ ” অনুষ্ঠিত কৰে ৷ লাচিত দৌৰ ৰ ফ্লেগ অফ কৰে বিটিআৰৰ চীফ প্ৰমোদ বড়োৱে ৷পাচশতাধিক খেলুৱৈ বিষয়া কৰ্মমচাৰী, জ্যেষ্ঠ নাগৰিক, স্কুল কলেজৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীয়ে অংশ লোৱা দৌৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মট্ঙা চ’কলৈ গৈ পুনৰ আহি শিক্ষানুষ্ঠানখনৰ খেলপথাৰত উপস্থিত  হয় ৷


No comments