Breaking News

শিৱসাগৰৰ গৌৰীসাগৰত বিদ্যুতৰ বিল দিবলৈ গৈ সন্ধানহীন এগৰাকী মহিলা


 ডিজিটেল সংবাদ, শিৱসাগৰঃ 
শিৱসাগৰৰ গৌৰীসাগৰত বিদ্যুতৰ বিল দিবলৈ গৈ সন্ধানহীন এগৰাকী মহিলা থানাত এজাহাৰ দাখিল পৰিয়ালৰ শিৱসাগৰৰ গৌৰীসাগৰ ১ নং চিন্তামণিগড়ৰ পঞ্চমী গোৱলা নামৰ মহিলা গৰাকীয়ে বিদ্যুতৰ বিল দিবলৈ গৈ সন্ধিনহীন হয় । যাক লৈ অঞ্চলজুৰি চেপা উত্তেজনা অব্যাহত আছে । ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে মহিলা গৰাকীৰ কোনো সন্ধান নাপাই গৌৰীসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । কোনো সদাশয় ব্যক্তিয়ে মহিলা গৰাকীৰ সম্ভেদ পালে স্থানীয় আৰক্ষী থানাত জনাবৰ বাবে অনুৰোধ জনাইছে সন্ধানহীন মহিলা গৰাকীৰ পৰিয়ালে ।

No comments