Breaking News

চৰাইদেউৰ জিলা পৰিবহণ বিষয়া ৰাজীৱ চন্দ্ৰ বৰদলৈক নিলম্বন



চৰাইদেউৰ জিলা পৰিবহণ বিষয়া ৰাজীৱ চন্দ্ৰ বৰদলৈক নিলম্বন। বিভাগীয় গুৰুত্বৰ অনিয়মৰ বাবে নিলম্বিত DTO বৰদলৈ। নাগালেণ্ড, অৰুণাচলৰ ভুৱা লাইচেন্স বৈধ কৰিছিল বৰদলৈয়ে কোনো টেষ্ট নোলোৱাকৈ । বহিঃৰাজ্যৰ লাইচেন্সৰ ভিত্তিত বৈধতা প্রদান। পৰিবহণ বিভাগে তৎকালে কাৰ্যকৰী হোৱাকৈ কৰিছে নিলম্বিত।

No comments