Breaking News

নুমলীগড়ৰ বৃহত্তৰ তেলগৰমৰ আমলখিতলত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপনৰ প্ৰস্তুতি তুংগত



ডিজিটেল সংবাদ, নুমলীগডঃ নুমলীগড়ৰ বৃহত্তৰ তেলগৰমৰ আমলখিতলত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপনৰ প্ৰস্তুতি তুংগত ৷"জ্ঞানদ্বীপ যুৱ সংঘৰ" উদ্যোগত মহাৰাস পূৰ্ণিমাৰ চলিছে পূৰ্ণ প্ৰস্তুতি ৷ শিশুৰ পৰা বয়োজ্যেষ্ঠ জনলৈ ব্যস্ত ৰাস মহোৎসৱলৈ ৷ তিনিদিনীয়াকৈ উদযাপিত হ’বলগা ৰাস মহোৎসৱত দ্বিতীয় নিশা মহিলাৰ দ্বাৰা অভিনীত মহাৰাজ কংসৰ নাটকত উদ্দাত্ত কন্ঠৰে কংস , কালকেতুৰ বচনেৰে ৰজনজনাই উঠিব ৰাসৰ মঞ্চ ৷ অকল সেয়াই নহয় বসুদেৱ , নাৰদ ,দৈৱকী আদি সকলো চৰিত্ৰ ৰূপায়ণ কৰিব মহিলা আৰু যুৱতীয়ে ৷ শিশুলীলা , ৰাসলীলাৰ বাবেও চলিছে পূৰ্ণ প্ৰস্তুতি ৷

No comments