Breaking News

বিজনীৰ ৪ নং দিক্ষণমাক্ৰাত পুণৰ বন্যহস্তীৰ তাণ্ডৱ

 


ডিজিটেল সংবাদ, চিৰাংঃ বিজনীৰ ৪ নং দিক্ষণমাক্ৰাত পুণৰ বন্যহস্তীৰ তাণ্ডৱ ,এজন কৃষকৰ দুটাকৈ গৃহ ভাঙে বনৰীয়া হাতীয়ে। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত আজি বিজনীৰ উত্তৰাঞ্চল ৪ নং দক্ষিণমাক্ৰাত পুণৰ বন্যহস্তীৰ তাণ্ডৱ । গাওঁৰে কৃষক ৰমেশ ৰায়ৰ দুটাকৈ বাসগৃহ ভাঙি বনৰীয়া হাতীয়ে লণ্ড ভণ্ড কৰে । এই অঞ্চলত প্ৰতিদিনে প্ৰতিদিনে বন্যহস্তীৱে তাণ্ডৱ চলাই আছে ।হাতীৰ সুৰক্ষাৰ বৈদ্যুতিক বেৰ থকা সত্বেও প্ৰতিদিনে অঞ্চলত প্ৰতিদিনে বন্যহস্তীৱে প্ৰবেশ কৰি অঞ্চলবাসী ৰাইজৰ ক্ষতি সাধন কৰি গৈ আছে

No comments