Breaking News

ধুবুৰীৰ গোলকগঞ্জৰ বেলগুৰিৰ পৰা প্ৰদেশ কংগ্ৰেছ উদ্যোগত ভাৰত জোড়ো যাত্ৰা কাৰ্যসূচী।


ডিজিটেল সংবাদ, ধুবুৰীঃ
 ধুবুৰীৰ গোলকগঞ্জৰ বেলগুৰিৰ পৰা প্ৰদেশ কংগ্ৰেছ উদ্যোগত ভাৰত জোড়ো যাত্ৰা কাৰ্যসূচী। গোলকগঞ্জ বেলগুৰিৰ পৰা সাত কিলোমিটাৰ লৈকে যায় এই ভাৰত জোড়ো যাত্ৰা। প্ৰদেশ কংগ্ৰেছৰ এই কাৰ্য্যসূচীত AICC ৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সহ বহু কেইগৰাকী কংগ্ৰেছ নেতা উপস্থিত থাকে।

No comments