Breaking News

লামডিঙত এইবাৰ বাৰ্মিজ চুপাৰী জব্দ ৷

 


ডিজিটেল সংবাদ, লামডিংঃ  
লামডিঙত এইবাৰ বাৰ্মিজ চুপাৰী জব্দ ৷  লামডিঙ আৰক্ষীয়ে তালাচী চলাই জব্দ কৰে চুপাৰীখিনী ৷নামনিমুৱা লোকামান্যতিলক এস্কপ্ৰেছ ৰেলৰ পৰা জব্দ কৰে চুপাৰীখিনী  ৷ৰেলখনৰ শয়ণ ডবাৰ পৰা কেইবাটাও  বেগত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ৷  চুপাৰীখিনীৰ মূল্য কেইবা লাখ টকাৰো অধিক হ'ব বুলি জানিব দিয়ে ৰেল আৰক্ষীয়ে ৷



 

No comments