Breaking News

নলবাৰী ৰাস মহোৎসৱত ড্ৰিম গাৰ্ল হেমা মালিনী।অসমীয়া পৰম্পৰাগত শ্ৰী কৃষ্ণৰ "ৰাস মধুৰম" ৰ শুভাৰম্ভ কৰিলে মোহময়ী অভিনেত্ৰী গৰাকীয়ে।


 ডিজিটেল সংবাদ, নলবাৰীঃ 
নলবাৰী ৰাস মহোৎসৱত ড্ৰিম গাৰ্ল হেমা মালিনী।অসমীয়া পৰম্পৰাগত শ্ৰী কৃষ্ণ ৰ "ৰাস মধুৰম"  ৰ শুভাৰম্ভ কৰিলে মোহময়ী  অভিনেত্ৰী গৰাকীয়ে।নলবাৰী ঐতিহ্য মণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰত অনুষ্ঠিত ৮৯ তম ৰাস মহোৎসৱৰ সপ্তমদিনা উপস্থিত হয়হি ড্ৰিম গাৰ্ল খ্যাত মোহময়ী বলিউদৰ  অভিনেত্ৰী হেমা মালিনী।শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত অসমীয়া পৰম্পৰাগত শ্ৰী কৃষ্ণৰ ৰাস লীলা মধুৰমৰ শুভাৰম্ভ কৰে অভিনেত্ৰী তথা মথুৰাৰ বিজেপি সাংসদ হেমা মালিনীয়ে।নলবাৰীয়া ৰাইজৰ মৰম-শ্ৰূদ্ধাত আপ্লুত হৈ পৰে অভিনেত্ৰী গৰাকীয়ে।লগতে উপস্থিত থাকে মূখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিনিকী ভূঞা শৰ্মা।

No comments