Breaking News

শিৱসাগৰৰ গৌৰীসাগৰ ৰূপহীমুখত বিদ্যালয় বদলি নকৰাৰ বাবে এঘৰীয়া এটা পৰিয়ালক


 ডিজিটেল সংবাদ, শিৱসাগৰঃ
শিৱসাগৰৰ গৌৰীসাগৰ ৰূপহীমুখত বিদ্যালয় বদলি নকৰাৰ বাবে এঘৰীয়া এটা পৰিয়ালক ১ নং ৰূপহী মুখ মিচিং গাঁৱত সংঘটিত হৈছে এই ঘটনা আজৱ, নিকৃষ্ট আৰু অমানৱীয় সকলোৱে কম সমাজৰ এক শ্ৰেণী লোকৰ বাবে এই ভাষ্য । সভ্য সমাজক লজ্জানত কৰা এনে সামাজিক ব্যাধি এইবাৰ গ্ৰাহ কৰিছে গৌৰীসাগৰ ৰূপহীমুখত । শিৱসাগৰৰ গৌৰীসাগৰ ৰূপহীমুখত বিদ্যালয় বদলি নকৰাৰ বাবে এঘৰীয়া এটা পৰিয়ালক । কনক টাও আৰু গীতা টাওৰ পৰিয়ালৰ ক্ষেত্ৰত সংঘটিত হৈছে এই নিকৃষ্ট কাণ্ড । ১ নং ৰূপহী মুখ মিচিং গাঁৱত সংঘটিত হৈছে এই ঘটনা । এখন প্ৰাথমিক বিদ্যালয় একত্ৰীকৰণ কৰাৰ দাবীৰে ৰাইজে অন্য এখন বিদ্যালয়লৈ ৰূপহী মুখ মিচিং গাঁৱৰ কনক টাও আৰু গীতা টাওৰ কন্যাক বদলি কৰিবলৈ দাবী জনাইছিল । কিন্তু ২৬৪ নং কুমাৰ প্ৰাথমিক বিদ্যালয়ৰ একত্ৰীকৰণৰ কোনো চৰকাৰী নিৰ্দেশনা নথকা আৰু সুস্থ শৈক্ষিক পৰিৱেশৰ বাবে কনক টাওৱে কন্যাক ৮৮০ নং মিৰি প্ৰাথমিক বিদ্যালয়লৈ বদলি নকৰাত একাঘৰীয়া কৰিছে আঞ্চলবাসীয়ে । পৰিয়াকটোৰ অভিযুগ সামাজিক ভাৱে একাঘৰীয়া কৰা আৰু নিজৰ কৃষি পথাৰত যোৱাতো বাধা প্ৰদান গাঁওবাসীৰ । এতিয়া বিনাদোষে সামাজিক ভাৱে বৰ্জিত পৰিয়ালটোৰ ওপৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সি হ'ব লক্ষ্যণীয় ।


No comments