Breaking News

ৰেল চহৰ লামডিঙতো লাচিত বৰফুকনৰ জন্ম জয়ন্তী পালন

 


ডিজিটেল সংবাদ, লামডিংঃ ৰেল চহৰ লামডিঙতো লাচিত বৰফুকনৰ জন্ম জয়ন্তী পালন। কিংবদন্তী আহোম বিৰ সেনা নায়ক লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তী উপলক্ষত সমগ্ৰ অসমৰ লগতে আজি লামডিং আৰক্ষী থানৰ উদ্যোগত লামডিং বজাৰ এলেকাত  চাফাই অভিযান চলায়। উক্ত ছফাই অভিযানত অংশ গ্ৰহন কৰে লামডিং থানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন জ্যোতি বৰাৰ লগতে আৰক্ষী থানৰ কৰ্মকৰ্তা আৰু গাওঁ ৰক্ষী বাহিনী।

No comments