Breaking News

নুমলীগড়ত হাতী মানুহৰ সংঘাতক কেন্দ্ৰ কৰি ৰাইজৰ বৃহৎ প্ৰতিবাদ। আজি দ্বিতীয় দিনাও অব্যাহত আছে প্ৰতিবাদ


ডিজিটেল সংবাদ, নুমলীগডঃ
 নুমলীগড়ত হাতী মানুহৰ সংঘাতক কেন্দ্ৰ কৰি ৰাইজৰ বৃহৎ প্ৰতিবাদ। আজি দ্বিতীয় দিনাও অব্যাহত আছে প্ৰতিবাদ । প্ৰচণ্ড শীতৰ মাজতো নিশা অৱস্থান । নুমলীগড় শোধনাগাৰৰ মূখ্যদ্বাৰত কৃষকৰ অবিৰত গণ অৱস্থান । বিভিন্ন দাবীৰে কৰিছে এই প্ৰতিবাদ । শোধনাগাৰ প্ৰতিষ্ঠিত  বৃহৎ এলেকাত পূৰ্বতে বন্যহস্তীৰ বাসস্থলী আছিল যদিও এন আৰ এল প্ৰতিষ্ঠাৰ পিছত বন্যহস্তীয়ে শোধনাগাৰৰ সমীপৰ মৰঙি মৌজাৰ ৰাইজৰ গাও,পথ,পথাৰত হাতী বিচৰণ কৰিবলৈ লোৱাৰ অভিযোগ তুলি গৰজি উঠিছে কৃষক ৰাইজ ।

No comments