Breaking News

ধুবুৰীৰ বিভিন্ন ব্যক্তিগত বিদ্যালয়ত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ অভিযান।

 


ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ বিভিন্ন ব্যক্তিগত বিদ্যালয়ত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ অভিযান।কাঠফুলাৰ দৰে জন্ম লোৱা বিভিন্ন সা-সুবিধা তথা পঞ্জীয়ণ নথকা ব্যক্তিগত বিদ্যালয় সমূহ বন্ধ কৰাৰ সতৰ্কবানী বিষয়াৰ।ধুবুৰী জিলা প্ৰথমিক শিক্ষা বিষয়া তথা বিদ্যালয় সমূহৰ পৰিদৰ্শক ৰাতুল দাসৰ নেতৃত্বত তিনিজনীয়া এটা দলে ধুবুৰীৰ বিভিন্ন ব্যক্তিগত ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অভিযান চলায়।অভিযানত বিদ্যালয় সমূহত যেনেধৰনে সুবিধা থাকিব লাগে সেই সুবিধা সমুহ নথকা বিদ্যালয়বোৰ বন্ধ কৰাৰ বাবে লিখিত আবেদন শিক্ষা সঞ্চালকালয়লৈ প্ৰেৰণ কৰাৰ সতৰ্কবানী প্ৰদান কৰে বিদ্যালয় কতৃপক্ষক।ধুবুৰী চহৰৰ সংলগ্ন ঝগৰাৰপাৰস্থিত ব্যক্তিগত এছ টি আগষ্টা হাই স্কুলখনৰ বিগত এগাৰ বছৰে চুড়ান্ত পঞ্জীয়ণ নথকাত আশ্চাৰ্জ হৈ পৰে বিষয়া গৰাকী।ধুবুৰীৰ আন এখন চহৰৰ সংলগ্ন ঝগৰাৰপাৰস্থিত ব্যক্তিগত জে এম ইংলিছ স্কুলৰ কোনোধৰণৰ নথি পত্ৰ দেখুৱাবই নোৱাৰিলে বিদ্যালয়খনৰ অধ্যক্ষ গৰাকীয়ে

No comments