Breaking News

গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ ১২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

 ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ ১২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান। অসমৰ অন্যতম ঐতিহ্যমণ্ডিত নাট্য মঞ্চ গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ ১২৮ সংখ্যক প্রতিষ্ঠা  দিৱস উদযাপন আৰু বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই উপলক্ষ্যে পুৱা ৯ বজাত পতাকা উত্তোলন, স্মৃতি তৰ্পন আদি কাৰ্যসূচীৰ পিছতে ১২৫ বর্ষ উদযাপনৰ সামৰণি সাংস্কৃতিক শোভাযাত্রা বাহিৰ কৰা হয়। ছ’চাইটিৰ বাকৰিৰ পৰা বাহিৰ কৰা এই সাংস্কৃতিক শোভাযাত্ৰাই নগৰখন পৰিভ্ৰমণ কৰে

No comments