Breaking News

মুম্বাইত বীৰ লাচিতৰ ৪০০ তম জন্মজয়ন্তী উদযাপন


 ডিজিটেল সংবাদ, সোণাৰিঃ 
মুম্বাইত বীৰ  লাচিতৰ ৪০০ তম  জন্মজয়ন্তী উদযাপন সমগ্ৰ ৰাজ্য তথা দেশৰ লগতে দেশৰ আৰ্থিক ৰাজধানী মুম্বাইস্থিত অসম ভৱনতো উলহ মালহৰে  মহাবীৰ লাচিতৰ ৪০০ বছৰীয়া জন্মজয়ন্তী পালন কৰা হয়। অতিথি হেমন্ত চাংমাই আৰু অন্যতম উদ্যোক্তা টাই আহোম য়ুথ ফ',ৰামৰ হৈ বিশ্বজিত গগৈয়ে  বীৰজনাৰ আৱক্ষ মূৰ্তিত মাল্যাপৰ্ণ কৰাৰ পিছত আই ডি বি আই বেংকৰ মহা প্ৰবন্ধক প্ৰিয়ৰঞ্জনে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

No comments