Breaking News

নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ কুঞ্জকাননত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৰ সংবাদ মেল ৷


 ডিজিটেল সংবাদ, নুমলীগডঃ 
নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ কুঞ্জকাননত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৰ সংবাদ মেল ৷ অইল ইণ্ডিয়া , বায়’ ৰিফাইনেৰী আৰু এন আৰ এলৰ ৰিভিউ মিটিঙৰ পিছত সংবাদ মেল ৷ মুঠতে চল্লিশ হাজাৰ কোটি টকা বিনিয়োগ হব এন আৰ এল আৰু ইয়াৰ সহযোগী অংশীদাৰি প্ৰতিষ্ঠানক ৷ অৰ্থনৈতিকভাবে উত্তৰ-পূবক আগুৱাই নিয়াৰ বাবে বহু পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ ৷

No comments