Breaking News

চিৰাঙৰ চাঞ্চল্যকৰ গুলীচালনা ঘটনা ।

 

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙৰ চাঞ্চল্যকৰ গুলীচালনা ঘটনা ।পানবাৰীত এন চি কাহীতামাত দুৰ্বৃত্তই গুলীত নিহত এগৰাকী মহিলা ।নিহত মহিলাগৰাকীৰ অন্থৰ বড়ো ,ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ চিৰাং আৰক্ষীৰচিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত এন চি কাহিতমাত দুৰ্বৃত্তৰ গুলিচালনা, অন্তৰ বড়ো (৬৫ ) নামৰ মহিলা এগৰাকি নিহত। জানিব পৰা মতে ভূটান সীমান্তৰ গাঁওখনত অচিনাক্ত দুৰবৃত্তই মটৰ চাইকেলেৰে আহি গুলিচালনা কৰিছিল। আৰক্ষী ঘটনা স্থলিকৈ ৰওনা হৈছে।অঞ্চলটোত তিব্ৰ চাঞ্চল্য বিৰাজ কৰিছে।

No comments